ASTC ৰ পৰিচালন সঞ্চালক A.P Tiwari ক ব্যক্তিগত ভাৱে অশেষ ধন্যবাদ..
শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ষ্টেচন অধীক্ষকৰ পৰা পোৱা খবৰৰ আধাৰত, যোৱা ০৩ নবেম্বৰত দুপৰীয়া ১.৪০ বজাত ONGC ত কৰ্মৰত As-20/1330 বাছ খনে চাইকেল আৰোহী শ্ৰীমতী অল্পনা ডেকাক খুন্দিয়ায় । এই দুৰ্ঘটনাটোত দুৰ্ভগীয়া অল্পনা ডেকাৰ মৃত্যু হয়। অল্পনাৰ পৰিয়ালত তেওঁ…